আহৰণৰ বিষয়ে প্রাচীন কালৰ গুৰুকূলৰ শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বৰ্তমান আধুনিক যুগৰ চৰকাৰী, বেচৰকাৰী বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানলৈ শিক্ষা আহৰণৰ পদ্ধতিয়ে বহু বিৱৰ্তনৰ মাজেৰে আজিৰ এই পৰ্যায় পাইছেহি। অতীজত গুণগত শিক্ষাৰ অধিকাৰ ধনী দুখীয়া সকলোৰে বাবে সমান আছিল, য'ত ভগৱান শ্ৰী কৃষ্ণ আৰু সুদামাই একেলগে পঢ়াৰ সুবিধা লাভ কৰিছিল। কিন্তু বৰ্তমান যুগত বহু সময়ত দেখা যায় যে আর্থিকভাৱে সমৰ্থৱান অভিভাৱকৰ সন্তানেহে বহু মূল্যৰ বিনিময়ত উন্নত মানদণ্ডৰ গুণগত শিক্ষা লাভ কৰাৰ সুবিধা পায় আৰু বহু দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী এই ক্ষেত্ৰত পিছ পৰি ৰৱলগীয়া হয়। সমগ্ৰ অসমৰ এনে পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসমূৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি আৰু সমাজৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অতি কম মূল্যত বা প্রয়োজন সাপেক্ষে বিনামূলীয়াকৈ উন্নত মানদণ্ডৰ শিক্ষাদানৰ উদ্দেশ্যে আমি আগবাঢ়ি আহিছোঁ ।
'Ahaaran' a social organization opting to provide quality education to the needy at most affordable price. It is an educational platform where students will have quality education either free or lower cost. We are following the New Education Policy.
Welcome to Aharaan! 'Aharaan' is one of the Northeast's social organization, your one stop solution/destination for all Assamese medium student. Aharaan is on a mission to provide quality education to the needy by providing online courses in your own local language (Assamese). Our vision is to change the way of learning for the Northeast students . Be part of our journey and mind out more. Thanks!
Mathematics Faculty
English Faculty
Science Faculty
Science Faculty
Social Science Faculty
Science Faculty
© Aharaan. All Rights Reserved.